ধিঙত আৰক্ষীৰ গুলীচালনা

563

ধিঙত আৰক্ষীৰ গুলীচালনা। ব্ৰহ্মপুত্ৰৰ মুছলেম চাপৰিত গুলীচালনা আৰক্ষীৰ। গুলীবিদ্ধ হ’ল মাতব্বৰ আব্দুল ৰফিক। মুছলেম চাপৰিত দুই মাতব্বৰৰ মাজত হৈছিল ভূমিকেন্দ্ৰিক সংঘাত। দুটা ফৈদৰ মাজত হৈছিল সংঘৰ্ষ। আব্দুল ৰফিকৰ বাসগৃহলৈ গৈছিল শিঙৰী আৰক্ষীৰ দল। আব্দুল ৰফিকে পলায়ন কৰোতে গুলীচালনা আৰক্ষীৰ। আব্দুল ৰফিকৰ মুখমণ্ডলত লাগিছে গুলী। আত্মগোপন কৰিছে গুলীবিদ্ধ আব্দুল ৰফিকে।