ধাৰাসাৰ বৰষুণৰ ফলত ৰাজধানী দিল্লীত বিপৰ্যয়

67

ধাৰাসাৰ বৰষুণৰ ফলত ৰাজধানী দিল্লীত বিপৰ্যয়।

মৌচম ভৱনে আগন্তুক চাৰিদিনলৈ ধাৰাসাৰ বৰষুণৰ পূৰ্বাভাস প্ৰকাশ কৰিছে।

দিল্লীৰ বহু অঞ্চল এতিয়াও জলমগ্ন।

যোৱা বৃহস্পতিবাৰৰ পৰা শনিবাৰলৈ ১১ জন লোকৰ মৃত্যু হৈছে।

ইয়াৰে ভিতৰত ৬ জনৰ বৰষুণৰ জমা হৈ থকা পানীত ডুবি মৃত্যু হয়।

প্ৰশাসনৰ সূত্ৰ অনুসৰি মৃতকৰ মাজত কিছু শিশুও আছে।