হিমাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ পিছত প্ৰায় ২০ টা পথৰ যাতায়ত সম্পূৰ্ণৰূপে অচল হৈ পৰে।
ৰাজ্যখনৰ প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে।
ধাৰাসাৰ বৰষুণৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে মাণ্ডি জিলাৰ কাটোলা।
চিমলাত অব্যাহত থকা বৰষুণ আৰু ভূমিস্খলনৰ ফলত কেইবাখনো বাহন মাটিত পোত যায়।