দৰ্শনাৰ্থীসকলৰ বাবে আজিৰে পৰা ১৫ দিন পৰ্যন্ত বন্ধ থাকিব বৰপেটা সত্ৰৰ দুৱাৰ

68

দৰ্শনাৰ্থীসকলৰ বাবে আজিৰে পৰা ১৫ দিন পৰ্যন্ত বন্ধ থাকিব বৰপেটা সত্ৰৰ দুৱাৰ৷

বন্ধৰ সময়ছোৱাত স্থানীয়-অস্থানীয় কোনো দৰ্শনাথী-তীৰ্থযাত্ৰীক সত্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব৷

সংবাদ মাধ্যমক এই সিদ্ধান্তৰ বিষয়ে জানিবলৈ দিছে সত্ৰ পৰিচালনা সমিতিয়ে৷

ৰাজ্য চৰকাৰৰ শেহতীয়া কোভিড বিধি অনুসৰি গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত৷

বন্ধৰ সিদ্ধান্তলৈ সহযোগ আগবঢ়াবলৈ ভক্তপ্ৰাণ ৰাইজক আহ্বান সত্ৰ পৰিচালনা সমিতিৰ৷