দৰং আৰক্ষীয়ে গৰু চোৰৰ বিৰুদ্ধে অভিযান চলাই বিলাসী বাহনসহ ৫ জনকৈ গৰু চোৰ কৰায়ত্ত কৰে। জব্দাকৃত বিলাসী বাহনখনৰ পৰা ১০টাকৈ চোৰাং গৰুও উদ্ধাৰ কৰিবলৈ সক্ষম হয় দৰং আৰক্ষী। জব্দাকৃত বিলাসী বাহনখনৰ পঞ্জীয়ন নম্বৰ এ এচ ১ বি কিউ ৮৮৩৮।