দেৰগাঁৱৰ ৰঙামাটিত পুৱাই পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত পতিত ব্ৰহ্মপুত্ৰ নামৰ নৈশ বাছখন।
গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী আছিল বাছখন।
ৰঙামাটিৰ টোলগেটৰ সমীপতে সংঘটিত পথ দুৰ্ঘটনা।
আহতসকলক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ।