দেশৰ সম্প্ৰীতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতী এণ্টাৰপ্ৰাইজৰ এশ কৌটি টকাৰ অনুদান

129

ষ্টাফৰিপোৰ্টাৰ, ৩১ মাৰ্চ : বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ ফলত দেশত হোৱা সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতী এণ্টাৰপ্ৰাইজে এশ কৌটি টকাৰ অনুদান আগবঢ়াইছে। ভাৰতী এণ্টাৰপ্ৰাইজৰ অধীনস্থ ভাৰতী এয়াৰটেল, ভাৰতী ইনফ্ৰাটেল আদিয়ে দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীৰ কেয়াৰ্ছ পুঁজিলৈ আগবঢ়ায়। উল্লেখ ভাৰতী এণ্টাৰপ্ৰাইজৰ কৰ্মচাৰী সকলেও নিজাববীয়াকৈ কিছু অৰ্থ সাহাৰ্য্য প্ৰধানমন্ত্ৰীৰ কেয়াৰ্ছ পুঁজিলৈ আগবঢ়াইছে।