দেশত ভয়াবহ ৰূপে বৃদ্ধি পাইছে ক’ৰোণা মহামাৰীৰ সংখ্যা

66

দেশত ভয়াবহ ৰূপে বৃদ্ধি পাইছে ক’ৰোণা মহামাৰীৰ সংখ্যা। বৰ্তমান ভাৰতবৰ্ষত ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৫ লাখৰো অধিক।ভাৰৰবৰ্ষত নতুনকৈ ক’ৰোণাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ৫৩,৪৮০ জন। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, বৰ্তমান ১,২১,৪৯,৩৩৫ জনলৈ বৃদ্ধি পাইছে ক’ৰোণাৰ ৰোগীৰ সংখ্যা। ক’ৰোণা মহামাৰীত সৰ্বমুঠ ১,৬২,৪৬৮ জন ৰোগীৰ মৃত্যু হৈছে। আন আন ৰাজ্য সমূহত যেনে কৰ্ণাটকত ২১ জনৰ, পঞ্জাৱত ৬৪ জনৰ, চত্তিশগড়ত ৩৫ জনৰ, তামিলনাডুত ১৬ জনৰ, মধ্য প্ৰদেশত ১০ জনৰ, উত্তৰ প্ৰদেশত ১০ জন ৰোগীৰ মৃত্যু হৈছে৷