দেশত বিগত ২৪ ঘণ্টাত ধৰা পৰিছে ৬২ হাজাৰ ক’ৰোনা ৰোগী

62

ভাৰতত কমা নাই ক’ৰোনাৰ ভয়াবহতা

পুনৰ পূৰ্বৰ দৰেই বৃদ্ধি পাইছে ক’ৰোনা ৰোগীৰ সংখ্যা

দেশত বিগত ২৪ ঘণ্টাত ধৰা পৰিছে ৬২ হাজাৰ ক’ৰোনা ৰোগী

যোৱা ২৪ ঘণ্টাত ২৯১ গৰাকী কোভিড আক্ৰান্তৰ মৃত্যু

বিগত ৫ মাহৰ ভিতৰত আজিৰ সংখ্যা অত্যাধিক

আক্ৰান্তৰ সংখ্যা ১ কোটি ১৯ লাখ হয় ৰোগীৰ সংখ্যা

কৰোনাত আক্ৰান্ত ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ

শনিবাৰে তেণ্ডুলকাৰৰ দেহত কোভিডৰ উপস্থিতি

নিজ বাসভৱনত কোৱাৰেন্টাইন ক্ৰিকেটাৰ গৰাকী

সকলোকে সজাগ হোৱাৰ আহ্বান শচীন তেণ্ডুলকাৰৰ

অসমতো ক’ৰোনাৰ সংক্ৰমণ পুনৰ আৰম্ভ হৈছে

তিনিচুকীয়াৰ গাৰ্লছ হোষ্টেলৰ ৩৫ ছাত্ৰী আক্ৰান্ত ক’ৰোনাত

কস্তুৰীবা গান্ধী গাৰ্লছ হাইস্কুলৰ ছাত্ৰী নিৱাসত সংক্ৰমণ