অসম দুদিনৰ বাবে অসমত কৰোনা ৰেপিড টেষ্ট স্থগিত By purbottar - April 21, 2020 63 FacebookPinterestWhatsAppPrint ষ্টাফৰিপোৰ্টাৰ, ২১ এপ্ৰিল : দুদিনৰ বাবে অসমত কৰ’না ৰেপিড টেষ্ট স্থগিত ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই। আই চি এম আৰে ৰেপিড টেষ্ট স্থগিত ৰাখিবলৈ দিছিল নিৰ্দেশ। ৰাজস্থান, পশ্চিমবংগ চৰকাৰে আপত্তি দৰ্শাইছে ফলাফলৰ ওপৰত। Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading...