উত্তৰ-পূৱ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী By Dipshikha - March 7, 2024 405 FacebookPinterestWhatsAppPrint দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ১২৫ ফুট উচ্চতাৰ সু-উচ্চ বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ বাবে টীয়কৰ হোলোঙাপাৰস্থিত ঐতিহাসিক লাচিত বৰফুকনৰ মৈদাম সাংস্কৃতিক প্ৰকল্পত যুদ্ধগতিত তৎপৰতা। Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading...