দীৰ্ঘদিনৰ অন্তত টোকাৰি গীত গালে জুবিন গাৰ্গে

108

ষ্টাফৰিপৰ্টাৰ, পুনৰ ন-উদ্যমেৰে সংগীত সাধনাত ব্যস্ত হৈ আছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। দীৰ্ঘদিনৰ অন্তত টোকাৰি গীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গে। বিমান বৰুৱাৰ পৰিচালনাত টোকাৰি গীত গালে জুবিন গাৰ্গে। পৰিচালক বিমান বৰুৱা আৰু খগেন গগৈৰ সৈতে ষ্টুডিঅ’ত জুবিন গাৰ্গক দেখা পোৱা গৈছে।