দীপাৱলীলৈ মাজত মাত্ৰ এটা দিন বাকী আছে । তাৰ প্ৰাকক্ষণত কেৰালাৰ কাছাৰগোড জিলাত ভয়ংকৰ বিস্ফোৰণ । জিলাখনৰ নীলেশ্বৰমৰ সমীপত এটা মন্দিৰত আয়োজিত উৎসৱৰ সময়তে আতচবাজীৰ গুদামত বিস্ফোৰণ হয় । য’ত ৮ গৰাকী লোক গুৰুতৰভাৱে আহত হয় । আনহাতে বিস্ফোৰণটোত ১৫০ৰো অধিক লোক আহত হয় । ঘটনাটো নীলেশ্বৰমৰ থেৰু অনুত্তম্বালাম মন্দিৰত সংঘটিত হয় । আহত লোসকলক কাছাৰাগোড, কান্নুৰ আৰু মেংগালুৰুৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
Latest article
ব্যায়ামৰ পিছত নিয়মিতভাৱে কাঠবাদাম(আলমণ্ড)খালে শৰীৰৰ যথেষ্ট উন্নতি হয়, শেহতীয়া গৱেষণাত প্ৰকাশ
শেহতীয়াকৈ কাৰেণ্ট ডেভেলপমেণ্টছ ইন নিউট্ৰিচনত প্ৰকাশিত এক অধ্যয়নত আলমণ্ডক ফিটনেছ ৰিকাভাৰীৰ প্ৰধান খাদ্য হিচাপে স্থান দিয়া হৈছে, এই তথ্য প্ৰকাশৰ লগে লগে ৱেলনেছ(সুস্থতা) খণ্ডত...
জিন্দাল (ইণ্ডিয়া) লিমিটেডে অসমৰ আৱৰণযুক্ত তীখা খণ্ডত দখল কৰিছে ৩০ শতাংশ বজাৰ অংশীদাৰিত্ব
জিন্দাল (ইণ্ডিয়া) লিমিটেডে অসমৰ আৱৰণ যুক্ত ষ্টীল শাখাত প্ৰায় ৩০ শতাংশ অংশ দখল কৰি সৰ্বভাৰতীয় বজাৰত উপস্থিতি অধিক শক্তিশালী কৰিছে। একাধিক ষ্টীল প্ৰডাক্টৰ শিতানত...
ইণ্ডিয়া য়ুথ কাউন্সিলৰ শুভাৰম্ভণিৰ বাবে জেন গুডঅল ইনষ্টিটিউটক সমৰ্থন গড্ৰেজ ইণ্ডাষ্ট্ৰীজৰ
গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে জেন গুডঅল ইনষ্টিটিউট (জেজিআই) ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্ব কৰি যুৱ ৰূপান্তৰকাৰীসকলক সবলীকৰণৰ মঞ্চ য়ুথ কাউঞ্চিল প্ৰগ্ৰাম আৰম্ভ কৰিছে। জেজিআইৰ বিশ্বব্যাপী ৰুটছ এণ্ড...