দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা আক্ৰান্ত ক’ভিড-১৯ত

68

ষ্টাফৰিপৰ্টাৰ, দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা হৈছে ক’ভিড-১৯ত আক্ৰান্ত হৈছে। তেওঁ সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ লগতে ১৮ জুলাইত ডিমৰীয়াৰ বিভিন্ন নেতা কৰ্মীৰ সৈতে ডিমৰীয়াৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিছিল।