দিল্লীৰ খাদ্যৰসিকসকলৰ বাবে এটি চিনাকি নাম: পুৰণি দিল্লী নতুবা দিল্লী৬

95

দিল্লীৰ খাদ্যৰসিকসকলৰ বাবে এটি চিনাকি নাম: পুৰণি দিল্লী নতুবা দিল্লী৬ । পুৰণি দিল্লীৰ সম্ভাৰভৰা খাদ্য থালখন এতিয়া বিশ্ব বিশ্ৰুত। বিদেশী পৰ্যটক সকল ইয়ালৈ আহে সম্ভৱত সেই গোপন সূত্ৰৰ পমখেদি যাৰ উত্তৰ মাথো পুৰণি দিল্লীৰ কাৰীকৰসকলৰ হাতত মাথো লুকাই আছে। শতিকাযোৰা তেওঁলোকৰ এই যাদুভৰা সৰৱ ৰহস্য ভৱিষ্যতেও ফাদিল নহব কিজানি। খাদ্যৰ যদি মেন্যুখন বিচাৰে আগবৰাব পাৰো আলু কাচালু চাট, পিঙি চোলে।