দিল্লীত নৱবিৱাহিত দম্পতীৰ কৰুণ মৃত্যু! হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ দিল্লীৰ চিৰিয়াখানাত এজন লোকৰ মৃত্যু। স্বামীৰ মৃত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি চৰম পন্থা পত্নীৰ। যোৱা ৩০ নৱেম্বৰত বিৱাহপাশত আৱদ্ধ হৈছিল দম্পতীটো।