দিনৰ ১ বজালৈ অসমত ৩৯.৩৭ শতাংশ লোকৰ ভোটদান

61

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিত এই পৰ্যন্ত ৩৯.৩৭ শতাংশ লোকে ভোটদান কৰিছে৷ ১ বজালৈ ৩৯.৩৭ শতাংশ লোকে ভোটদান কৰিছে৷ উজনি অসমৰ ১২ খন জিলাৰ ভোট কেন্দ্ৰসমূহত পুৱা ৭ বজাৰ পৰা ভোটৰৰ লানি নিছিগা সোঁত বয়৷ ৫ বজালৈ ভোটদানৰ হাৰ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে৷