দিনক দিনে বৃদ্ধি পাইছে ‘গ্ৰীণ ট্ৰি’ৰ চাহিদা

355

‘গ্ৰীণ ট্ৰি’ ৰ আছে অনেক ঔষধি গুন

দিনক দিনে বৃদ্ধি পাইছে ‘গ্ৰীণ ট্ৰি’ৰ চাহিদা

সমগ্ৰ বিশ্বতেই সৰ্বাধিক প্ৰচলিত এই ‘গ্ৰীণ ট্ৰি’

গ্ৰীণ ট্ৰিৰ আছে অনেক উপকাৰীতা

শৰীৰৰ ওজন হ্ৰাসৰ বাবে অতি উপকাৰী গ্ৰীণ ট্ৰি

স্বাস্থ্য সচেতন ব্যক্তিসকলৰ বাবে অধিক গুৰুত্বপূৰ্ণ গ্ৰীণ ট্ৰি

গ্ৰীণ ট্ৰিত কলেষ্টৰলৰ পৰিমাণ কম থকাৰ বাবে

হৃদৰোগ আৰু ৰক্তবাহী শিৰাৰ বিভিন্ন বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি

নিয়মিতভাৱে গ্ৰীণ ট্ৰি সেৱন কৰা লোকৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা কম

‘গ্ৰীণ টি’য়ে উজন কমোৱাৰ লগতে শকত হোৱাৰ প্ৰৱণতা নাইকীয়া কৰে

এদিনত ৭০ কেলৰি পৰ্যন্ত মেদ কমোৱাত সহায় কৰিব পাৰে

‘গ্ৰীন ট্ৰি’ য়ে পেট বা উৰু অংশৰ অতিৰিক্ত চৰ্বি কমোৱাত সহায় কৰে

‘গ্ৰীন ট্ৰি’ য়ে শৰীৰত বিষ হৰণ কৰাৰ লগতে শৰীৰত থকা অতিৰিক্ত পানী নিঃসৰণ কৰে

ডায়বেটিছ আৰু উচ্চ ৰোগৰ বাবেও ‘গ্ৰীণ ট্ৰি’ উপকাৰী

প্ৰতিদিনে ‘গ্ৰীণ ট্ৰি’ সেৱন কৰিলে ষ্ট্ৰকৰ সম্ভাৱনাও হ্ৰাস কৰে

গ্ৰীণ ট্ৰিত থকা থিয়েনহিন নামৰ দ্ৰব্যই মনৰ উদ্ৰেগ হ্ৰাস কৰে আৰু মন শান্ত কৰে

গ্ৰীণ ট্ৰিয়ে স্মৃতি শক্তি বৃদ্ধি কৰাৰ লগতে এলজেইমাৰ প্ৰতিৰোধ কৰে

দৈনিক তিনি কাপ খাওক আৰু গ্ৰীণ ট্ৰিৰ এই উপকাৰীতা সমূহ লাভ কৰক