ষ্টাফ ৰিপোৰ্টাৰ: দিছপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত শুকুৰবাৰে একাংশ সাংবাদিক – সংবাদকৰ্মী, আৰু সাধাৰণ জনতাৰ মাজত মাক্ম, ছেনিটাইজাৰ বিতৰণ কৰা হ’য়। বিতৰণ কৰা এই মাক্স সমুহ প্ৰেছ ক্লাবক যোগান ধৰে ইণ্ডিয়ান অইল কৰ্পৰেছনে। আনহাতে ছেনিটাইজাৰ সমুহ যোগান ধৰে আবকাৰী বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়া শৈলেন্দ্ৰ পাণ্ডেই।