দিছপুৰ আৰক্ষীৰ জিম্মাৰ পৰাই পলায়ন গভাইত চোৰৰ। লাষ্টগেটৰ চৰকাৰী চিকিৎসালয়ৰ পৰাই হেণ্ডকাফসহ পলাল চিলিণ্ডাৰ চোৰ। স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়াৰ পথত আটকাধীন চোৰটোৰ পলায়ন। আৰক্ষীৰ দুজনকৈ কনিষ্টবলে চোৰটোক পলাই পঠিওৱাৰ অভিযোগ।