উত্তৰ-পূৱ দক্ষিণ কামৰূপৰ গৰৈমাৰীত চাঞ্চল্যকৰ অপহৰণ By Dipshikha - September 19, 2024 140 FacebookPinterestWhatsAppPrint দক্ষিণ কামৰূপৰ গৰৈমাৰীত চাঞ্চল্যকৰ অপহৰণ। এগৰাকী শিক্ষয়িত্ৰীক অপহৰণ নিচাসক্ত যুৱকৰ। শিক্ষয়িত্ৰীগৰাকীক অপহৰণ নুৰুল ইছলাম নামৰ যুৱকজনৰ। ৪জনকৈ লোকৰ সহযোগত অপহৰণ কৰে শিক্ষয়িত্ৰীগৰাকীক। বিৱাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবে অপহৰণ কৰাৰ সন্দেহ। Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading...