থলগিৰি:অসমীয়া হোৱাৰ গৌৰৱ’

224

ষ্টাফৰিপোৰ্টাৰ, ২২ এপ্ৰিল :: লকডাউন ৰ মাজতে আৰম্ভ কৰিছোঁ বহু প্ৰতিক্ষিত “ঘৰে ঘৰে থলগিৰি’ৰ হোম ডেলিভাৰী সেৱা। ‘লকডাউন’ৰ মাজত থলুৱা উৎপাদকক সকাহ দিবলৈ ‘থলগিৰি:অসমীয়া হোৱাৰ গৌৰৱ’ দায়ৱদ্ধ।

ঘৰতে আপুনি এতিয়া পাব 👇
জলপান:
১। কোমল চাউল
২। ঢেঁকীৰ উখোৱা সান্দহ
৩। ঢেঁকীৰ বৰা সান্দহ
৪।আখৈ
৫।ভজা পিঠা গুড়ি

চাউল:
১। কণ জহা
২।শালি উখোৱা
৩। বাও উখোৱা
৪। বৰা
৫। আইজং
৬। ক’লা চাউল
৭। শ’লপোনা
৮। কণী চাউল
৯। ব্ৰাউন ৰাইচ

ফলৰ চৰৱত:
১। তেতেলীৰ চৰৱত
২। ক’লা জামুৰ চৰৱত

লগতে আছে:
১। মঙলদৈৰ খৰ মিঠৈ
২। ফুলগুৰিৰ কলা খাৰ
৩।বিভিন্ন ধৰণৰ আচাৰ
৪।খৰিচা
৫। পানীটেঙা(কাহুদী)
৬। খাৰলি(বেহুৱা)
৭।তিল
৮। মাটি মাহ
৯।গ্ৰীন টী
১০। ব্লু টী
১১। চিটিচি ব্লেণ্ডেড টী
১২।ভোট জলকীয়া চাহ
১৩। টেঙা মৰা চাহ
১৪। ব্লুমিং টী
১৫। মচলা চাহ
১৬।চিংফৌ ফালাপ
১৭। টাংচা ফালাপ
১৮।অৰ্থডক্স ব্লেক টী
১৯। অৰ্থডক্স গ’ল্ডেন টিপ্ছ
২০। মিণ্ট গ্ৰীন টী
২১। ৱেদিক টী
২২। ভেলেণ্টাইনছ টী
২৩।অসমীয়া ৰঙা চাহ

আৰু আছে:
সীতাজখলাৰ গাখীৰ, দৈ আৰু ক্ৰীম!

‘থলগিৰি’ৰ নতুন ষ্টক:
১।গুৰেৰে বনোৱা নাৰিকলৰ লাৰু
২।শুকান কুজি থেকেৰা
৩। শুকান গোটা জালুক
৪। সানমিহলি গুড়ি জলপান

অতি সোনকালেই আৰু বহুবিধ থলুৱা খাদ্য সম্ভাৰ যোগ হব এই তালিকাত

নিৰ্বাচিত এলেকাত চৰ্তসাপেক্ষে ‘হোম ডেলিভাৰী’ৰ দিহা কৰা হৈছে।

যোগাযোগৰ নম্বৰ: ৯৮৬৪৩৮৯৭২২

আপোনাৰ সঁহাৰিয়েই হব আমাৰ পৰম শক্তি বুলি এক বিবৃতি যোগে কয় তৰুণ গগৈ (আ.জে তন্ময়), ববিতা বড়া গগৈয়ে

(লকডাউনৰ নীতি-নিয়ম দৃঢ়ভাৱে মানি চলক!সাৱধানীৰ মৰণ নাই!)