তেজপুৰৰ চাৰ্কিট হাউচত কৰ’না ৱাৰিচ বঁটা প্রদান অনুষ্ঠান

68

ষ্টাফৰিপৰ্টাৰ, তেজপুৰৰ চাৰ্কিট হাউচত মঙলবাৰে ইণ্টৰনেশ্বনেল ফেডেৰেচনৰ তৰফৰ পৰা নেশ্বনেল শ্বীফ ডাইৰেক্টৰ বৰ্ণালী শৰ্মা বৰুৱাই.তেজপুৰ ৰ চাৰ্কিট হাউচত স্বস্হ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগতে সাংসদ পল্লৱ লোচন দাস,উপায়ুক্ত মানবেন্দ্র সিং শোনিতপুৰ জিলাৰ বিজেপিৰ সভাপতি তুসসী বৰঠাকুৰ ৰাস্ট্রীয় কৰ’না ৱাৰিচ বঁটা প্রদান কৰে। .এই অনুস্ঠুপীয়াকৈ আয়োজন কৰা অনুস্ঠানটোত মৃগাশ্রী বৰুৱাই আঁত ধৰে।