তেজপুৰৰ আৰক্ষী ফায়াৰিং ৰেঞ্জত ভয়াবহ দুৰ্ঘটনা

38
purbottar-asomiya-favicon

তেজপুৰৰ আৰক্ষী ফায়াৰিং ৰেঞ্জত সংঘটিত হয় এক দুৰ্ঘটনা ৷ গুলীবিদ্ধ হৈ আহত হৈছে দুই আৰক্ষী জোৱান । জানিব পৰা মতে বুদ্ধ বড়ো আৰু হিমু বৰা নামৰ দুজন আৰক্ষী জোৱান গুলীবদ্ধ হয় । ফায়াৰিঙৰ বাবে সাজু হোৱা সময়তে অসাৱধানবশত গুলি ফুটে ৯-এম.এস পিষ্টলৰ ৷পিষ্টলৰ গুলী হিমু বৰাৰ হাতত আঘাত কৰি বুদ্ধ বড়োৰ কঁকালৰ তলেদি পাৰ হৈ যায় ৷আঘাতপ্ৰাপ্ত দুয়ো আৰক্ষী জোৱানক কনকলতা অসামৰিক চিকিৎসালয়ত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে৷