তেজপুৰত বনৰীয়া হাতীৰ সন্ত্ৰাস

67

তেজপুৰত বনৰীয়া হাতীৰ সন্ত্ৰাস। তেজপুৰৰ কলিবাৰীত ছটাকৈ হাতীয়ে অৱস্হান কৰাৰ ফলত অঞ্চলজুৰি সন্ত্ৰাসৰ সৃষ্টি হৈছে। কাজিৰঙাত বানপানী হো্ৱাৰ ফলত ব্ৰহ্মপুত্ৰৰ পানীত হাতী জাকটো উটি আহি তেজপুৰৰ কলিবাৰীত অৱস্হান কৰে। জাকটোত দুটা পোৱালি হাতী থকাৰ বাবে জাকটোক খেদি পঠোৱাত অসুবিধাৰ সন্মুখীন হৈছে বন বিভাগ। আৰক্ষী আৰু বন বিভাগৰ লোকে অহৰহ জাকটোক খেদি পঠোৱাৰ চেষ্টা অব্যাহত ৰাখিছে।