ষ্টাফ ৰিপোৰ্টাৰ: তেজপুৰত কৰ’না যোদ্ধাৰ ওপৰত আক্ৰমণ কৰা হৈছে। কুন্দাৰবাৰিত আৰক্ষী বিষয়াক দলবদ্ধ আক্ৰমণ কৰে। ভাঙি চুৰমাৰ কৰিলে আৰক্ষী বিষয়াজনৰ গাড়ী।
-বেবেজীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শৰত্ দাসক আক্ৰমণ। ৰাস্তাত অহেতুক আড্ডা মৰা যুৱকক প্ৰশ্ন কৰোতেই মাৰপিট কৰে।
Latest article
ওড়িশাৰ শিক্ষাবিদ , প্ৰাক্তন সাংসদ অধ্যাপক অচ্যুতা সামান্তলৈ গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা
ওড়িশাৰ প্রখ্যাত সমাজকর্মী, শিক্ষাবিদ, প্ৰাক্তন সাংসদ আৰু ভলীবল ফেডাৰেচন অফ ইণ্ডিয়াৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অধ্যাপক অচ্যুতা সামান্তলৈ এইবেলি গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা-২০২৫...
ট্ৰেক্টৰ চালকৰ গুলীত নিহত হ’ল তিনিজনকৈ লোকৰ
ট্ৰেক্টৰ চালকৰ গুলীত নিহত হ’ল এগৰাকী কৃষক নেতাসহ মুঠ তিনিজন। এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ দেশতে সৃষ্টি হৈছে চাঞ্চল্য। জানিব পৰা মতে...
২০০বছৰীয়া এটা আপুৰুগীয়া পেঁপা
জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত বাজিছে ২০০ বছৰীয়া আপুৰুগীয়া পেঁপা৷বজাই দেখুৱালে ৯০ উৰ্দ্ধৰ সোন বৰুৱা ককাই৷অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটতো বাপতিসাহোন ৰঙালী বিহুটিক আদৰাৰ চলিছে ব্যাপক...