তৃতীয়বাৰ আকৌ চিকিত্‍সালয়ত ভৰ্তি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

88

আকৌ হাস্পতালত ভৰ্তি হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দিল্লীৰ এইমছৰ পৰা যোৱা ৩১ আগষ্টত কোৰোণা চিকিত্‍সাৰ অন্তত অমিত শ্বাহক ৰিলিজ দিয়া হৈছিল। কিন্তু আকৌ স্বাস্থ্য অৱনতি ঘটাত শনিবাৰে নিশা ১১ বজাত নাগাদ হাস্পতালত ভৰ্তি কৰোৱা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক।