Teenager with depression sitting alone in dark room
আৰ্থিক সমস্যাৰ বাবেই মৃত্যুৰ পথ বাচি ল’লে এহাল দম্পতীয়ে।
হায়দৰাবাদৰ জগদগিৰিগুট্টাত এহাল দম্পতীয়ে স্বগৃহত আত্মহত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আত্মহত্যা কৰা দম্পতীহালক ২৮ বৰ্ষীয় ভি ব্ৰহ্মচাৰী আৰু তেওঁৰ ২০ বৰ্ষীয় পত্নী মণিকা বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, ভি ব্ৰহ্মচাৰী সুৰাসক্ত হোৱাৰ উপৰিও বিগত কিছুদিন ধৰি তীব্ৰ আৰ্থিক সংকটত ভুগি আছিল।
যাৰ বাবেই পতি-পত্নীয়ে এনেদৰে আত্মহত্যাৰ পথ বাছি লোৱাৰ সন্দেহ কৰা হৈছে।
