তিনিজনকৈ শিক্ষক বদলি কৰনকলৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ দলগাঁৱত

487

তিনিজনকৈ শিক্ষক বদলি কৰনকলৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ দলগাঁৱত ।
বিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত উত্তাল প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ ।
দৰঙৰ দলগাঁৱৰ কোনাকটাপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ত শ্ৰেণীকোঠা এৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ছাত্ৰ-ছাত্ৰীয়ে । তিনিজনকৈ শিক্ষকৰ বদলিকৰনক লৈ আবেগিক হৈ পৰা ছাত্ৰ ছাত্ৰী সকলে মুল প্ৰৱেশ দ্বাৰত সাব্যস্ত কৰে এই প্ৰতিবাদ । উল্লেখযোগ্য যে প্ৰধান শিক্ষকৰ মইমতালিত অতিষ্ঠ হৈ নিজ ইচ্ছাৰে বদলি হোৱা বুলি জনায় শিক্ষক এজনে । বিদ্যালয় খনৰ প্ৰধান শিক্ষক গৰাকীয়ে নিজ মইমতালিৰে আন্ত: গাঁথনি , শৈক্ষিক উন্নতকৰণ, শৈক্ষিক পৰিৱেশ , বিদ্যালয়ৰ খনৰ পৰিচালনা সমিতি গঠন, মধ্যাহ্ন ভোজনকে আদি কৰি ভিন্ন দিশত নিজ মইমতালিৰে পৰিচালনা কৰাৰ অভিযোগত উত্থাপন হৈ আছে ৰাইজৰ মাজত । আনকি বিদ্যালয়খনৰ শিক্ষক প্ৰধান শিক্ষক বিৰুদ্ধে অতিষ্ঠ নিজৰ ইচ্ছা মতে বদলি লৈ বিদ্যালয় খনৰ পৰা । বিদ্যালয় খনৰ এই বিষয় শিক্ষক বদলি হোৱাত চিন্তিত হৈ পৰিছে ছাত্ৰ ছাত্ৰী সকলে শ্ৰেণীকোঠা এৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে । যাকলৈ চিন্তিত হৈ পৰিছে সচেতন মহল ।