তিনিচুকীয়াত ভয়ংকৰ ঘটনা।
তিনিচুকীয়াৰ বাঘজান তৈলক্ষেত্ৰত চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে।
তৈলক্ষেত্ৰৰ UPSৰ সমীপত উলংগ অৱস্থাত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ।
কোনো লোকে হত্যা কৰাৰ সন্দেহ মহিলাগৰাকীক।
মৃতদেহৰ সমীপত মহিলাগৰাকীৰ কাপোৰ উদ্ধাৰ ।