তিনিচুকীয়াত চাঞ্চল্যকৰ ঘটনা

78

তিনিচুকীয়াত চাঞ্চল্যকৰ ঘটনা।

ৰাজপথত খুলশালিয়েকক আক্ৰমণ ভিনিয়েক ৰৌচন শ্বাহৰ।

খুলশালিয়েকক আক্ৰমণ কৰিয়েই আইন মহাবিদ্যালয়ৰ দিশে পলায়ন।

ৰৌচন শ্বাহকো আক্ৰমণ কোনো অচিনাক্ত লোকৰ।

অৱশেষত চিকিৎসালয়ত মৃত্যু ৰৌচন শ্বাহৰ।

পাৰিবাৰিক কন্দলৰ ফলতেই সংঘটিত হয় এই ঘটনা।

চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত নিশা এই ঘটনা।