তামিলনাডুৰ ডিণ্ডিগুলত ভয়ংকৰ অগ্নিকাণ্ড।
এখন ব্যক্তিগত চিকিত্সালয়ত জুই লাগি ৭ গৰাকীৰ মৃত্যু।
নিহতসকলৰ ভিতৰত আছে এটি শিশু, ৩ গৰাকী মহিলা।
আহত হৈছে আন কেইবাগৰাকীও লোক।
আহত তিনিগৰাকী লোকৰ অৱস্থা বৰ্তমান সংকটজনক।
আন এখন চিকিত্সালয়লৈ স্থানান্তৰ কৰা হৈছে ৰোগীসকলক।
চিকিত্সালয়খনত আবদ্ধ হৈ থকা প্ৰায় ১০০ গৰাকী লোকক উদ্ধাৰ।