তদন্ত সংস্থাৰ সন্মুখীন হ’বলৈ সাজু দিল্লীৰ মুখ্যমন্ত্ৰী

136

তদন্ত সংস্থাৰ সন্মুখীন হ’বলৈ সাজু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল৷ অৱশ্যে ভিডিঅ’ কলযোগেহে তদন্ত সংস্থাৰ সন্মুখীন হ’বলৈ সাজু কেজৰিৱাল৷ অষ্টমবাৰলৈ CBIয়ে জাৰি কৰা চমন সন্দৰ্ভত এই সিদ্ধান্ত দিল্লীৰ মুখ্যমন্ত্ৰীৰ৷ সুৰা নীতিৰ গোচৰত কেজৰিৱালৰ বিৰুদ্ধে CBIয়ে জাৰি কৰিছিল চমন৷