ডুমডুমাৰ বিছাকপি ২ নং লাইনত অচিনাক্ত মৃতদেহ উদ্ধাৰ ।

118

ডুমডুমাৰ বিছাকপি ২ নং লাইনত অচিনাক্ত মৃতদেহ উদ্ধাৰ ।

বিছাকপি ২ নং লাইনৰ AT Roadৰ কাষত উদ্ধাৰ হৈছে পুৰুষৰ মৃতদেহটো ।

ইতিমধ্যে ডুমডুমা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰিছে ।

লোকজন কোন হয় বা তেওঁৰ কেনেকৈ মৃত্যু হ’ল সেইয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই ।