ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা চোৰাং কাঠৰ ব্যৱসায়ী

112

ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা চোৰাং কাঠৰ ব্যৱসায়ী। কেনেদৰে ব্ৰক্ষ্মপুএৰ পৰা-শ,শ (কুন্দা চালি)-বন বিভাগক ধুলি মাৰি ডিব্ৰুগড়লৈ চোৰাং ব্যৱসায় চলাই আছে। বন বিভাগে কিয় নিমাত হৈ আছে। কিবা মেনেজ কৰিছে নেকি বন প্ৰাধিকাৰীক বিষয়াক। এনেকৈ ডিব্ৰু ছৈখোৱাৰ পৰা চোৰাং ব্যৱসায় চলিলে। ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান খন সুৰক্ষিত হবনে? পৰৰ্বতীৰ সময়ত বন বিভাগে চোৰাং কাঠৰ ব্যৱসায়িক নাকি লগাব পাৰিবনে?