ডিব্ৰুগড়ত জঘন্য ঘটনা

166

ডিব্ৰুগড়ত জঘন্য ঘটনা। দলবদ্ধ বলাত্কাৰ কৰি হত্যা এগৰাকী মহিলাক। ঘটনাৰে জড়িত ৪ অভিযুক্তক আটক আৰক্ষীৰ। মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ AMCHলৈ প্ৰেৰণ। ঘটনাক লৈ বাণীপুৰ অঞ্চলত চাঞ্চল্য। আৰক্ষীৰ জালত ধৃত বিশ্বজিৎ বাগটি, কিশোৰ বাউৰী, ৰোহিত ৰবিদাসসহ ৪ অভিযুক্ত।