ডাউন-টাউন হাস্পতালৰ আই চি ইউত সংকটজনক অৱস্থাত প্ৰফুল্ল কুমাৰ মহন্ত

65

সংকটজনক অৱস্থাত ডাউন-টাউন হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হয় প্ৰফুল্ল কুমাৰ মহন্তক ৷হৃদৰোগত আক্ৰান্ত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ৷ ক্ৰমান্বয়ে অধিক অৱনতি ঘটিছে প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্য ৷ প্ৰতিটো মুহুৰ্তত বিশিষ্ট চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে প্ৰফুল্ল কুমাৰ মহন্তক ৷বৰ্তমানে অৱস্থা অধিক সংকটজনক বুলি জানিব পৰা গৈছে ৷