টুইট যোগে ক্ষমা বিচাৰিলে পিযুষ হাজৰিকাই

81

ষ্টাফৰিপৰ্টাৰ, অৱশেষত টুইট যোগে ক্ষমা বিচাৰিলে পিযুষ হাজৰিকাই। অলপতে নিয়ম নমনা ফাঁচীবজাৰৰ বণিয়াৰ বিৰুদ্ধে অভিযান চলাইছিল ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ুষ হাজৰিকাই। চৰকাৰী নিৰ্দেশনা নমনা ব্যৱসায়ীৰ দোকান বন্ধ কৰাৰো সকীয়নি দিছিল মন্ত্রীগৰাকীয়ে। কিন্তু মন্ত্ৰীৰ এনে কাৰ্যত একাংশ ব্যৱসায়ীয়ে ক্ষোভ প্ৰকাশ কৰি টুইট কৰিলে মূখ্যমন্ত্রী আৰু স্বাস্থ্যমন্ত্ৰীলৈ ।