ষ্টাফৰিপৰ্টাৰ, ২৬ মে’ : টালি-টোপোলা বান্ধি কটনৰ হোষ্টেল এৰিলে শিক্ষাৰ্থীয়ে। বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা বাঢ়ি অহাত চৰকাৰে লোৱা সিদ্ধান্তৰ প্ৰতি সমৰ্থন জনাই হোষ্টেল এৰিলে কটন আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে। কোৱাৰেণ্টাইন চেণ্টাৰ হ’ব দুয়োখন শিক্ষানুষ্ঠানৰে হোষ্টেল।
