টাইৱানত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, ৩৬জন লোক নিহত

88

টাইৱানত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা।দুৰ্ঘটনাটোত ৩৬জন লোক নিহত আৰু হোৱাৰ ১২জন আহত। দুৰ্ঘটনাস্থলীত অব্যাহত উদ্ধাৰ অভিযান। এটা সুৰংগ পথত সংঘটিত এই দুৰ্ঘটনাৰ ফলত এতিয়াও সকলো ক্ষতিগ্ৰস্ত ডবাৰ কাষ চাপিব পৰা নাই উদ্ধাৰকাৰী দল। শুকুৰবাৰে টাইৱানৰ টাইপে’ত সংঘটিত হয় এই দুৰ্ঘটনা। বৰ্তমানেও আৱদ্ধ ৭২জন লোক।