টাইৱানত ভাৰতৰ ৰাষ্ট্ৰদূত ৰূপে দায়িত্ব ল’ব অসম সন্তান গৌৰাংগলাল দাসে

116

ষ্টাফৰিপৰ্টাৰ, টাইৱানত ভাৰতৰ ৰাষ্ট্ৰদূত ৰূপে দায়িত্ব ল’ব এজন অসম সন্তানে।
তেওঁৰ নাম গৌৰাংগলাল দাস। বৰপেটাত নিবাসী গৌৰাংগলাল দাস
সৰুৰে পৰাই অতি মেধাবী ছাত্ৰ আছিল গৌৰাংগলাল দাস। ১৯৯১ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰিছিল তেওঁ।
সোমাবাৰে তাইৱানলৈ যাত্ৰা কৰিব দাসে। অসমৰ গৌৰাংগলাল দাস হ’ব টাইৱানত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত।