টাইমছ গ্রুপৰ টাইমচ্ ষ্টীলাৰ ব্ৰেণ্ড এণ্ড আইকন এৱাৰ্ড ঘোষণা

62

গুৱাহাটী: দেশৰ আগশাৰীৰ টাইমচ্ গ্রুপে অলপতে অসম তথা উত্তৰ-পূবৰ বাবে অনুষ্ঠানিক ভাৱে ঘোষণা কৰিছে টাইমচ্ ষ্টীলাৰ ব্ৰেণ্ড এণ্ড আইকন এৱাৰ্ড।

গুৱাহাটীৰ মোবাইল শ্ব’ৰুম ইনটাচ্-এ লাভ কৰিবলৈ সক্ষম হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ভিতৰত লিডিং মোবাইল ষ্ট’ৰৰ বঁটা। ইনটাচ্ ৰ স্বত্বাধিকাৰী পংকজ চূড়ানাই এই বঁটা গ্ৰহণ কৰি কয়, “টাইমচ্ গ্ৰুপে প্ৰদান কৰা এই বঁটা গ্ৰাহকৰ পৰা উৎসৰ্গা কৰা হৈছে।”

উল্লেখযোগ্য যে, বিগত বহুবছৰ ই-কমাৰ্চৰ মাধ্যমেৰে ইনটাচে্ গ্ৰাহকক সেৱা আগবঢ়াই আহিছে।