টলগ্ৰেইটত যান-বাহনৰ পৰা অবৈধ বাবে ধন সংগ্ৰহৰ কৰাক লৈ হুলস্তলীয়া পৰিবেশ ।

332

অসমৰ সুনাপুৰ টলগ্ৰেইটত যান-বাহনৰ পৰা অবৈধ বাবে ধন সংগ্ৰহৰ কৰাক লৈ হুলস্তলীয়া পৰিবেশ ।

AS01MA4526 নম্বৰৰ চাৰিচকীয়া বাহনৰ পৰা অবৈধ বাবে ধন সংগ্ৰহৰ কৰাক লৈ হুলস্তলীয়া পৰিবেশ সৃষ্টি হয় ।

হোজাই নীলবাগানৰ পৰা গুৱাহাটী বিমানবন্দৰলৈ গৈ আছিল এই বাহন খন । যোৱাৰ সময়তে অসমৰ সুনাপুৰ টলগ্ৰেইটত Fas Tag ৰ পৰা টকা কটাৰ পিছত এজন সুনাপুৰ টলগ্ৰেইটৰ কৰ্মচাৰীয়ে ধন দাবী কৰে AS01MA4526 নম্বৰৰ বাহনৰ পৰা ।

আৰু ইয়াৰ পিছত সৃষ্টি হয় হুলস্তলীয়া পৰিবেশ সুনাপুৰ টলগ্ৰেইটত ।

এতিয়া প্ৰশ্ন হয় যি সময়ত অসমত মুখ্যমন্ত্ৰীয়ে দুৰ্নীতি মুক্ত অসম গড়ী তোলাৰ চেষ্টা কৰি আছে ।

তেনে সময়তে কেনেকৈ সাহস পালে এই খন অসমৰ সুনাপুৰ টলগ্ৰেইটত কৰ্মচাৰীয়ে অবৈধ বাবে ধন সংগ্ৰহ কৰাৰ ।

এই বিষয়টো মুখ্যমন্ত্ৰীৰ চকুত পৰিবনে ? নে আৰু অসমৰ ৰাইজ এনেকৈ ভুগিব লাগিব ।

অসম আৰক্ষীয়ে এই জন সুনাপুৰ টলগ্ৰেইটত কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিব নে সেয়া হ’ব সময়ত লক্ষণীয় ।