উত্তৰ-পূৱ জ্ঞানবাপী মছজিদত হিন্দু দেৱতাৰ ৫৫টা ভাস্কৰ্য উদ্ধাৰ By Dipshikha - January 28, 2024 332 FacebookPinterestWhatsAppPrint জ্ঞানবাপী মছজিদ কমপ্লেক্সত হিন্দু দেৱতাৰ ৫৫টা ভাস্কৰ্য উদ্ধাৰ। ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ সমীক্ষাৰ সময়ত উদ্ধাৰ ভাস্কৰ্যসমূহ। তথ্য অনুসৰি, ১৫টা শিৱলিংগ, বিষ্ণুৰ ৩টা মূৰ্তি, গণেশৰ ৩টা, নন্দিৰ ২টা, কৃষ্ণৰ ২টা আৰু হনুমানৰ ৫টা ভাস্কৰ্য উদ্ধাৰ। Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading...