জোৱা খেলক বাধা দিয়াই কাল হল হোজাইৰ এটা পৰিয়ালৰ।

186

জোৱা খেলক বাধা দিয়াই কাল হল হোজাইৰ এটা পৰিয়ালৰ।

জোৱাৰীৰ দলৰ আক্ৰমণত গুৰুত্বৰ ভাবে আহত পুৰুষ মহিলা।

মহিলাৰ কাপোৰ ফালি আক্ৰমণ কৰিলে ৬ জনীয়া জোৱাৰীৰ দলে।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মোৰাঝাৰৰ তাৰাপুৰ গাঁৱত।

আকমল নামৰ যুৱকজনৰ নেতৃত্বত চলি আহিছিল যোৱা খেলৰ ৰমৰমীয়া বেহা।

গাওখনৰ জাকিৰ হুছেইনে জোৱা খেলক বাধা প্ৰদান  কৰাত আক্ৰমণ কৰে ৬ জনীয়া জোৱাৰীৰ দলে।

জাকিৰ হুছেইনৰ লগতে তেওঁৰ পত্নীকো আক্ৰমণ কৰে দলটোৱে।

পত্নী ইয়াছমিন বেগৰ সমস্ত শৰীৰত আঘাতৰ চিন স্পষ্ট হয় পৰে।

উক্ত ঘটনাৰ পাছতেই মোৰাঝাৰ থানাত গোচৰ ৰুজু কৰে ভুক্তভোগী পৰিয়ালে।

এই চাঞ্চল্যকৰ ঘটনাৰ পাছতেই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।