জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত অব্যাহত CBIৰ

175

জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত অব্যাহত CBIৰ। আজি লখিমপুৰৰ তদানীন্তন SPক জেৰা চলাব CBI-এ। SP বেদান্ত মাধৱ ৰাজখোৱাক CBIয়ে চলাব জেৰা। বুধবাৰে দুৰ্ঘটনাৰ ৰিক্ৰিয়েট কৰিছিল CBIৰ দলটোৱে। ৫ মাহৰ অন্তত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা উদ্ধাৰ হৈছে জোনমণিৰ দুটা মোবাইল ফোন। মোবাইলটোৰ লগত উদ্ধাৰ হৈছে তেজ লাগি থকা এখন ৰুমালো।