জেহাদী আৰু PFI ৰ বিৰুদ্ধে আৰু অধিক কঠোৰ হ’ব অসম আৰক্ষী

333

জেহাদী আৰু PFI ৰ বিৰুদ্ধে আৰু অধিক কঠোৰ হ’ব অসম আৰক্ষী।
স্পৰ্শকাতৰ অঞ্চল সমূহত তীক্ষ্ণ দৃষ্টি ৰাখিছে অসম আৰক্ষীয়ে বিভিন্ন শ্লীপাৰ চেল গঠনৰ পৰিকল্পনা জেহাদীৰ।
কিন্তু অসম আৰক্ষীয়ে সেই সমূহ নিৰ্মূলৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা লব আৰক্ষীয়ে।PFI ৰ বিৰুদ্ধেও কঠোৰ হৈছে আৰক্ষী প্ৰশাসন
বৃহস্পতিবাৰে নিশাও কামৰূপৰ নগৰবেৰাটো অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ।কনিষ্টবল নিযুক্তি CID ৰ গোচৰ প্ৰসংগত মন্তব্য SDGP জি পি সিঙৰ মন্তব্য।ভুৱা প্ৰমাণ পত্ৰৰে চাকৰি লোৱা সকলো হব গ্ৰেপ্তাৰ।চাৰ্টিফিকেট প্ৰদান কৰা কম্পিউটাৰ INSTITUTE ৰ স্বত্বাধিকাৰী ও সাৰি নাযাব তদন্ত ৰ আওতাৰ পৰা।সেই সকলক তলৱ কৰিবলৈ CID ক নিৰ্দেশ SDGP জি পি সিঙৰ।