জুৰীয়া আৰক্ষীৰ বৃহৎ সফলতা

66

নিষিদ্ধ ড্ৰাগছৰ বিৰূদ্ধে জুৰীয়া আৰক্ষীৰ ধাৰাবাহিক অভিযান,পুনৰ ৯ কন্টেইনাৰ ভৰ্তি সন্দেহ যুক্ত হিৰ’ইন সহ আটক এটা কুখ্যাত সৰবৰাহকাৰী

এক নিশ্চিত সূত্ৰৰ ভিত্তিত জুৰীয়াৰ তিনিচুকীয়াত চলিছিল আৰক্ষীৰ এই অভিযান

ধৃত নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰীটো হৈছে তিনিচুকীয়াৰ ইজাজুল হক

জব্দকৃত সন্দেহ যুক্ত হিৰ’ইন খিনিৰ পৰিমাণ ১৩৯.১ গ্ৰাম

সম্প্ৰতি ধৃত সৰবৰাহকাৰীটোক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে