আজি জুৰিয়াৰ বাটমাৰিত ভয়ংকৰ অগ্নিকাণ্ড ।
এই অগ্নিকাণ্ডত জাহ গল প্ৰায় বহু লক্ষাধিক টকাৰ খেৰৰ লগতে বহুতো সামগ্ৰী।
জুই লগা কাৰ্য্য কেনে ধৰণে সংঘটিত হৈছে এতিয়াও জানিব পৰা নাই।
ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনী আহি জুই নুমোৱাত সক্ষম হয়।
দগাওঁ আৰক্ষী উক্ত স্থানত উপস্থিত হয় আৰু মালিকৰ লগত জুই লগা বিষয়ে বিতং ভাৱে আলোচনা কৰে।