- জুলাইলৈকে দেশত বলবত্ নহয় CAA
- ৯ জুলাইৰ ভিতৰত প্ৰস্তুত কৰিব লাগিব CAAৰ বিধি
- গৃহ মন্ত্ৰ্যালয়ক সময়সীমা বান্ধি দিলে ৰাজ্যসভাৰ CSLয়ে
- লোকসভাৰ CSL কমিটীয়েও সময়সীমা বান্ধি দিলে গৃহ মন্ত্ৰ্যালয়ক
- ৯ এপ্ৰিলৰ ভিতৰত গৃহ মন্ত্ৰ্যালয়ে প্ৰস্তুত কৰিব লাগিব CAAৰ বিধি
- মঙলবাৰে সংসদত এই তথ্য দাখিল কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে
